Begin typing your search above and press return to search.

জন্মদিনৰ দিনা ৰনবীৰে ফুটবল চুপাৰ ষ্টাৰ লিঅ'নেল মেছিৰ পৰা স্বাক্ষৰ সম্বলিত জাৰ্ছী লাভ কৰিলে,ফটো

জন্মদিনৰ দিনা ৰনবীৰে ফুটবল চুপাৰ ষ্টাৰ লিঅনেল মেছিৰ পৰা স্বাক্ষৰ সম্বলিত জাৰ্ছী লাভ কৰিলে,ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2018 11:06 AM GMT

বলীউদৰ অন্যতম চুপাৰ ষ্টাৰ ৰনবীৰ কাপুৰ এগৰাকী প্ৰতিভাৱান অভিনেতা হোৱাৰ লগতে তেওঁ ফুটবলৰ দুৰ্দান্ত অনুৰাগী । অভিনয়ৰ বাহিৰত ৰনবীৰে ফুটবলৰ প্ৰতিও অতি ধাউতি । ফুটবল অনুৰাগী ৰনবীৰক নিজৰ জন্মদিনৰ দিন উপলক্ষে ৮ নম্বৰৰ জাৰ্ছী পৰিধান কৰি খেলপথাৰত ফুটবলটো লৈ হাতেৰে ঘুৰোৱা অৱস্থাত দেখা পোৱা গৈছিল । গুৰুত্বপূৰ্ন কথাটো হ'ল এইটো যে; ৰনবীৰে পৰিধান কৰা ৮নম্বৰ জাৰ্ছীটোত ফুটবলৰ চুপাৰ ষ্টাৰ তথা বিশ্ববিখ্যাত খেলুৱৈ লিঅ'নেল মেছিৰ স্বাক্ষৰ কৰা জাৰ্ছী পৰিধান কৰিছিল ।

https://www.instagram.com/p/BoRWVupgbwj/?utm_source=ig_embed

https://www.instagram.com/p/BoRT7OVAhpH/?utm_source=ig_embed

ৰনবীৰ এফচি বাৰ্ছিলোনাৰ ডাঙৰ অনুৰাগী আৰু এই সময়তে ৰনবীৰে লিঅ'নেল মেছিয়ে স্বাক্ষৰ কৰা জাৰ্ছী উপহাৰ হিচাপে লাভ কৰিলে।ঠিক সেই একে নম্বৰৰ জাৰ্ছী পৰিধান কৰিছিল ৰনবীৰৰ প্ৰেমিকা আলিয়া ভট্টে

https://www.instagram.com/p/BmxkhRJn-ev/?utm_source=ig_embed&utm_campaign=embed_loading_state_control

Next Story
চাকৰি