Begin typing your search above and press return to search.

জন আব্ৰাহামৰ 'বাটলা হাউছ'ৰ প্ৰথম খন পোষ্টাৰ মুকলি

জন আব্ৰাহামৰ বাটলা হাউছৰ প্ৰথম খন পোষ্টাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2018 8:24 AM GMT

জন আব্ৰাহামৰ 'সত্যমেৱ জয়তে'ৰ সফলতাৰ পিছতে জনক পুনৰ দেখা যাব ভূষন কুমাৰ,নিখিল আদৱানীসৈতে 'বাটলা হাউছ'ত। ছবি খনত জনে এজন এনকাউণ্টাৰ অফিচাৰ সঞ্জয় কুমাৰ য়াদৱৰ চৰিত্ৰত অভিনয় কৰিব। জনে ছবি খনৰ প্ৰথম খন পোষ্টাৰ আৰু মুক্তিৰ দিন প্ৰকাশ কৰি টুইটাৰ যোগেদি টুইট কৰিছে," Encounters: 70 Cases: 33 Convictions: 22 Gallantry Awards: 9 Accusations: 1 “When everything you’ve achieved could be wiped out in that one moment.” The story of India’s Most Decorated/Controversial Cop."

বাটলা হাউছ

ছবি খন মুক্তি পাব ২০১৯ৰ ১৫আগষ্টত।

Next Story
চাকৰি