Begin typing your search above and press return to search.
জম্বু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত ৰেখাত গুলীয়াগুলী

মংগলবাৰে জম্বু কাশ্মীৰৰ ৰাজৌৰি জিলাত ভাৰত আৰু পাকিস্তানৰ সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে পাকিস্তানী সেনা পুনৰ যুদ্ধ বিৰতি উলংঘা কৰি কেৰি অঞ্চলত প্ৰায় ১১.৩০ বজাত ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল তাৰ প্ৰত্যুত্তৰত ভাৰতে গুলীচালনা কৰে । আক্ৰমণ আৰু প্ৰত্যাক্ৰমন ঘটনা মংগলবাৰলৈকে অব্যাহত থাকে ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি
Next Story