অহাকালিলৈ জাহ্নৱী কাপুৰৰ প্ৰথম খন ছবি "ধড়ক" মুক্তি পাব।ছবি খনৰ নিৰ্দেশক শশাংক খৈতান ।জাহ্নৱীৰ সৈতে অভিনয় কৰিব ঈশান খাট্টাৰে।ইয়াৰ লগতে জাহ্নৱীয়ে ধড়ক ছবি খনৰ বাবে সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা সময়তে মত প্ৰকাশ কৰি কয় যে; মাক শ্ৰীদেৱীৰ জনপ্ৰিয় ছবি "চদমা" খনৰ ৰিমেকত অভিনয় কৰিব বিচাৰে।
জাহ্নবী কাপুৰে মাতৃ শ্ৰীদেৱীৰ ছবি “চদমা” ছবি খনৰ ৰি-মেকত কাম কৰিব বিচাৰে

Next Story