
যোৱা নিশা অনুষ্ঠিত হৈ যোৱা 'জি কিউ মেন অৱ দ্যা য়েৰ এৱাৰ্ড২০১৮' অনুষ্ঠানত বলীউদৰ বিভিন্ন তাৰকা সকল যেনে ,দিপীকা পাদুকন,ৰনবীৰ সিং,চিত্ৰংগনা সিং,শ্বেইফ আলী খান,কৰন জহৰ,ৰাধিকা আপটে,নৱাজুদ্দিন ছিদ্দিকি আদি বহুতো তাৰকা উপস্থিত থাকে । তাৰকা সকলে পৰিধান কৰিছিল বিভিন্ন ষ্টাইলৰ মনক্ৰম,প্লেইড প্লেটাৰ্ছ সাজ-পাৰ,তলত কিছুমান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল,,,,,,