জৰাজীৰ্ণ দিশপুৰ সীমান্ত আৰক্ষী চকীৰ অাহুকাল

জৰাজীৰ্ণ দিশপুৰ সীমান্ত আৰক্ষী চকীৰ অাহুকাল
Published on

অসম আৰু মেঘালয়কে ধৰি আন আন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত কেইবাটাও সীমান্ত আৰক্ষী চকী আছে যিয়ে সেই ঠাইৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ উপৰিও ৰাজ্যৰ ভূমি বহিৰাজ্যৰ বেদখলকাৰীৰ পৰা ৰক্ষা কৰে। যিকোনো ধৰণৰ আপত্তিজনক ঘটনা সম্পৰ্কে এই অাৰক্ষী চকীয়ে দিশপুৰক জনাব লাগে। কিন্তু যি পৰিস্থিতিত এই বিষয়া জোৱানসকলে ৰাজ্যৰ হকে কাম কৰি আহিছে তাৰপৰা ৰাজ্যচৰকাৰৰ তেওঁলোকৰ প্ৰতি অবহেলাৰ কথা সূচায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com