Begin typing your search above and press return to search.

টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি বিৰোধীৰ

টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি বিৰোধীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2018 8:40 AM GMT

অসম বিধান সভাৰ বিৰোধী নেতা দেবব্ৰত শইকীয়াই ১৯ খন কেন্সাৰ চিকিৎসালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি জনাইছে। শইকীয়াই এক বিজ্ঞপ্তিযোগে চৰকাৰী চিকিৎসালয়ৰ গুৰুত্বহীনতাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে।

Next Story
চাকৰি