ডিগবৈত ৬০ টা প্ৰধানমন্ত্ৰী আবাস গৃহ যোজনাৰ গৃহ উদ্বোধন কৰিলে বিধায়ক সুৰেন ফুকনে

ডিগবৈত ৬০ টা প্ৰধানমন্ত্ৰী আবাস গৃহ যোজনাৰ গৃহ উদ্বোধন কৰিলে বিধায়ক সুৰেন ফুকনে
Published on

ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ৬০ টাকৈ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ উদ্বোধন কৰি একপ্ৰকাৰ অভিলেষ সৃষ্টি কৰিছে। পুৱাৰপৰা বিয়লি লৈকে ৬০ টা গৃহত গৃহস্থৰ গৃহ প্ৰৱশ সম্পন্ন কৰা হয় ৷ আজিৰ দিনটোত এই ৬০ টা দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ পকীগৃহ মুকলি কৰাৰ পিছত বাকীবোৰ পঞ্চায়ততো এই বিষয়ত গুৰুত্ব দিয়া হব বুলি বিধায়কে মন্তব্য কৰাৰ লগতে যিসমুহ পঞ্চায়তত আৱাসগৃহ নিৰ্মাণত বিসংগতি ধৰা পৰিছে বিশেষকৈ সেই পঞ্চায়ত সমুহতো আৱন্টিত আৱাসগৃহ সমুহ সোনকালেই নিৰ্মাণৰ ব্যৱস্থা কৰা হব বুলি বিধায়ক জনে প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com