Begin typing your search above and press return to search.
ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী বিজয়

ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পবন সিঙ ঘাটোৱাৰক প্ৰতিহত কৰে বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে । ডিব্ৰুগড় পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি আছিল ।
ৰামেশ্বৰ তেলীয়ে ৬,৩২,১৪৭ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী পবন সিঙ ঘাটোৱাৰে লাভ কৰে ২,৮৬,৮৭৫ ভোট ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story