“তাৰাক মেহতা কা ওল্টা ছছমা”ৰ অভিনেতা কভী কুমাৰ আজাদৰ মৃত্যু

“তাৰাক মেহতা কা ওল্টা ছছমা”ৰ অভিনেতা কভী কুমাৰ আজাদৰ মৃত্যু
Published on

যোৱা সোমবাৰে ভাৰতীয় টেলিভিছনৰ কৌতুকী তথা কমেডী অভিনেতা কভী কুমাৰ আজাদৰ মৃত্যু হয়। চাব চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক "তাৰক মেহতা কা ওলটা ছছমা"ত ড° হঞ্চৰাজ হাঠী নামৰ এটি কমেডী চৰিত্ৰত অভিনয় কৰিছিল আজাদে।কিন্তু অতি দুখজনক বিষয় যে অভিনেতা জনৰ হাৰ্ট এটেকে তেওঁক এই জগতৰ পৰা বিদায় লবলৈ বাধ্য কৰোৱাই।সমগ্ৰ ধাৰাবাহিক জগত খনে ভাল অভিনেতা এজন হেৰুৱাই শোক প্ৰকাশ কৰিছে। অভিনেতা জনক অসংখ্য লোকে সেৱা জনোৱাৰ লগতে শেষত আজি দিনৰ ১বজাত মুম্বাইত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com