Top
Begin typing your search above and press return to search.

তিনিচুকীয়াৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়াৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2018 7:27 AM GMT

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰী গাঁৱৰ বুঢ়ীদিহিং নৈত আলফা(স্বা)ৰ সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে ৷২৪ ছেপ্তেম্বৰত নিশা জাগুন কথা সংৰক্ষিত বনাঞ্চলত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত সদস্য জন গুলীবিদ্ধ হৈছিল বুলি সন্দেহ কৰা হৈছে৷ মৰাণাস্ত্ৰ সহ আলফা(স্বা)ৰ সামৰিক পোচাকত উদ্ধাৰ মৃতদেহটো৷এই পৰ্যন্ত আৰক্ষীয়ে আলফা সদস্যজনৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

Next Story