Begin typing your search above and press return to search.

তেজপুৰত ছেণ্ট ডন বক্সৰ প্ৰতিমুৰ্ত্তিত দুৰ্বৃত্তৰ আক্ৰমণ

তেজপুৰত ছেণ্ট ডন বক্সৰ প্ৰতিমুৰ্ত্তিত দুৰ্বৃত্তৰ আক্ৰমণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2018 9:09 AM GMT

তেজপুৰৰ ডনবক্স স্কুলত এক অঘটন সংঘটিত হৈছে । তেজপুৰৰ বিচপ হাউচৰ সন্মুখত থকা ছেণ্ট ডন বস্কোৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তৰ আক্ৰমণকৰাক লৈ সমগ্ৰ নগৰ খনতে চাঞ্চল্য সৃষ্টি হৈছে ।

বিদ্যালয় খনত থকা ছেণ্ট ডন বক্সৰ প্ৰতিমুত্তি দুবৃত্তই আক্ৰমণ কৰি চুৰমাৰ কৰে । বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।

আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Next Story