অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেনী চকত মুকলি কৰা এম বজাৰ তেজপুৰ পৌৰ সভাই বন্ধ কৰি দিছে । জানিব পৰা মতে তেজপুৰ পৌৰ সভাৰ অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেণী চকত ১১ অক্টোৱৰত এম বজাৰ নামৰ শ্বপিং মল মুকলি কৰিছিল । ত্ৰিবেণী চকত কোনো ধৰণৰ পাৰ্কিং নথকাৰ বাবে যান যতৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন সমস্য সৃষ্টি হোৱাৰ পৰিপক্ষিতত তেজপুৰ পৌৰ সভাই বন্ধ কৰি দিয়ে শ্বপিং মল খন ।
Begin typing your search above and press return to search.