
https://www.instagram.com/p/BpEL3QXHits/?taken-by=sonamkapoor
নীলা ৰঙৰ সাজ পৰিধান কৰিছে মোহময়ী চৌনম কাপুৰ আহুজাই
https://www.instagram.com/p/BpDxu-QnIVG/?utm_source=ig_embed
ৰঙা ৰঙৰ শাৰী পৰিধান কৰিছে দিব্যাংকা ত্ৰিপাঠীয়ে
https://www.instagram.com/p/BpAZtqXlNdw/?utm_source=ig_embed
জেনিফাৰ উইংগেট
https://www.instagram.com/p/BpEPwNYAaES/?utm_source=ig_embed
দেৱিনা ৰয় চৌধুৰীয়ে পৰিধান কৰিছে বেংগলী পৰম্পৰা সাজ
https://twitter.com/ShahDaisy25/status/1052882899836563456?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1052882899836563456&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fnews-gossip%2Fdussehra-2018-sonam-kapoor-divyanka-tripathi-jennifer-winget-slip-into-their-traditional-best-as-they-soak-in-the-festivities-view-pics%2F
ডেইজী শ্বাহ
https://www.instagram.com/p/BpEPXx5FN1f/?utm_source=ig_embed
https://www.instagram.com/p/BpD6DDll2SN/?utm_source=ig_embed
দশেৰা তথা উৎসৱৰ সময়ত পৰিধান কৰা সাজে জিলিকিছে বলীউডৰ পৰা আৰম্ভ কৰি সৰু পৰ্দাৰ মোহময়ী অভিনেত্ৰী সকল ।কোনোৱে যদি নিজ পৰম্পৰা সাজ পৰিধান কৰিছে আন কোনোৱে ডিজাইনাৰ সাজ । মুঠতে এই উৎসৱৰ সময়ত মোহময়ী সকলক পৰিধান কৰা দেখা গল ইণ্ডিয়ান তথা ভাৰতীয় সাজ-পোছাক।