দিনটোৰ আৰম্ভনি কৰক ২৭ ডিচেম্বৰ দিনটোৰ ইতিহাসেৰে

আজি ২৭ ডিচেম্বৰ ৷ প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
১৯৬৫ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা তথা ভাইজান চলমান খানৰ জন্ম হৈছিল ৷ গতিকে বলীউডৰ ভাইজান চলমান খানলৈ জন্ম দিনৰ অলেখ শুভকামনা ৷
১৫৭১ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান জ্যোতিবিৰ্দ তথা গণিতজ্ঞ জোহানচ কেপলাৰৰ জন্ম হৈছিল।
১৮২২ চনৰ আজিৰ দিনটোতে ফান্সৰ জীৱ বিজ্ঞানী লুইচ পেচিয়াৰৰ জন্ম হৈছিল৷
উৰ্দু-পাৰ্চীৰ প্ৰখ্যাত কবি মিৰ্জা গালিৱৰ জন্ম ১৭৯৭ চনৰ আজিৰ দিনটোতে হৈছিল ।
পঞ্জাৱৰ মুখ্য শিখ কৰ্মকৰ্তা উজ্জৱল সিংহৰ জন্ম ১৮৯৫ চনৰ আজিৰ দিনটোতে হৈছিল ৷
১৯২৭ চনৰ আজিৰ দিনটোতে উত্তৰাখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী নিত্যানন্দ স্বামীৰ জন্ম হৈছিল ।
১৯৩৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজনেতা তথা হিন্দী সাহিত্যকাৰ শংকৰ দয়াল সিঙৰ জন্ম হৈছিল।
১৯৪২ চনৰ আজিৰ দিনটোতে পৰমৱীৰ চক্ৰৰে সন্মানিত এলবাৰ্ট এক্কাৰ জন্ম হৈছিল ৷
এতিয়া চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কেইটামান গুৰুত্ব পূৰ্ণ ঘটনাঃ
১৮২৫ চনৰ আজিৰ দিনটোতে ষ্টিম ইঞ্জিনৰ দ্বাৰা চলিত প্ৰথম প্লাবিক ৰেলৰ নিৰ্মাণ ইংলেণ্ডৰ ষ্টাৰ্কটন আৰু ডাৰ্লিগটনৰ মাজত সম্পূণ হৈছিল ৷
১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰছে কলকত্তাত প্ৰথমবাৰৰ কাৰণে "জন গণ মন"পৰিবেশন কৰিছিল৷
১৯২৩ চনৰ আজিৰ দিনটোতে টকিঅ’ ত হত্যাৰ পৰা কথমপি ৰক্ষা পৰিছিল জাপানৰ এজন যুৱৰাজ৷
১৯৩৪ চনৰ আজিৰ দিনটোতে পাৰ্চীয়াৰ এজন শ্বাহে পাৰ্চীয়াৰ নাম পৰিৱৰ্তন কৰি ইৰাণ ঘোষণা কৰে ৷
১৯৩৯ চনৰ আজিৰ দিনটোতে তুৰ্কীত অহা ভূমিকম্পত প্ৰায় ৪০ হাজাৰ জনসাধাৰণৰ মৃত্যু হয় ।
১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্বৰ অৰ্থনৈতিক অৱস্থাক মজবুত কৰিবৰ কাৰণে বিশ্ব বেংকৰ স্থাপন কৰিছিল ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰায় ২৯ জন সদস্যৰ লগত আন্তৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ স্থাপন কৰিছিল।
১৯৪৮ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডে ইণ্ডোনেছিয়াৰ স্বাধীনতাক স্বীকাৰ কৰি লৈছিল ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিৰ পিছত মস্কোৰ ঐতিহাসিক বুজাবুজি চুক্তিত হস্তাক্ষৰ কৰিছিল ৷
১৯৬০ চনৰ আজিৰ দিনটোতে ফান্সে পৰমাণু পৰীক্ষণ কৰে ৷
বেলজিয়াম আৰু কংগোৰ মাজত ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক সম্বন্ধ আৰম্ভ হৈছিল ৷
পৃথাৱীৰ সৰ্ববৃহৎ গুফা "কেভ অফ চেলেঞ্জ"ৰ আৱিস্কাৰ ১৯৬৬ চনৰ আজিৰ দিনটোতে কৰিছিল।
১৯৬৮ চনৰ আজিৰ দিনটোতে চন্দ্ৰক পৰিভ্ৰমণ কৰা প্ৰথম মানৱ মিশ্যন এপ’ল-৮ প্ৰশান্ত মহাসাগৰত পৰিছিল ৷
১৯৭২ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়া নতুন সংবিধানৰ প্ৰভাৱলৈ আহে ।
১৯৭৫ চনৰ আজিৰ দিনটোতে ঝাৰখণ্ডৰ ধনৱাদ জিলাস্থিত চাসনালাৰ কয়লা খনিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাত প্ৰায় ৩৭২ জন লোকৰ মৃত্যু হয় ৷
১৯৭৯ চনৰ আজিৰ দিনটোতে ছোবিয়েত সেনাই আফগানিস্তানত আক্ৰমণ কৰিছিল।
১৯৮৫ চনৰ আজিৰ দিনটোতে ইউৰোপৰ বিএনা আৰু ৰোম হৱাই অড্ডোত চৰমপন্থীসকলৰ আক্ৰমণত প্ৰায় ১৬ হাজাৰ লোকৰ মৃত্যু লগতে অধিক সংখ্যক লোক আহত হয়।
২০০০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত বিবাহৰ পূৰ্বে থকা সম্বন্ধক মান্যতা প্ৰদান কৰে ৷
২০০১ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন "ওম্মা-এ-তামীৰ এ ৱো" উৎখাত কৰিবলৈ নিৰ্দেশ দিয়ে৷
২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতে তৃতীয় আৰু অন্তিম শৃংখলাত বাংলাদেশক পৰাজিত
কৰে৷
২০০৭ চনৰ আজিৰ দিনটোতে ৰাৱলপিণ্ডীৰ কাষতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোক গুলী মাৰি হত্যা কৰে ৷
২০০৮ চনৰ আজিৰ দিনটোতে শান্তাৰাম পুৰস্কাৰ সমাৰোহত "তাৰে জমী পৰ" চলচ্চিত্ৰখনে সৰ্বশ্ৰেষ্ঠ চবিৰ পুৰস্কাৰ লাভ কৰে ৷
চাওঁ আহক আজিৰ দিনটোতে মৃত্যু হোৱা মহান লোকৰ তালিকাঃ
২০০২ চনৰ আজিৰ দিনটোতে গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাই ইহলীলা সম্বৰণ কৰে ৷
১৯২৩ চনৰ আজিৰ দিনটোতে ফান্সীৰ অভিযন্তা তথা আৰ্কিটেক্ট গুস্তাব এফিলৰ মৃত্যু হৈছিল ৷
চীনৰ পৰমাণু কাৰ্যক্ৰমৰ জনক বাংগকান ধাংগৰ মৃত্যু হৈছিল ১৯৯৮ চনৰ আজিৰ দিনটোতে ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি