Begin typing your search above and press return to search.

দিনটোৰ আৰম্ভনি কৰক: ৩জানুৱাৰী দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভনি কৰক: ৩জানুৱাৰী দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 6:07 AM GMT

আজি ৩ জানুৱাৰী ৷ প্ৰত্যেক দিনটোৰ দৰেই ৩ জানুৱাৰী দিনটোৰো আছে এক বিশেষ তাৎপৰ্য৷ এই বিশেষ দিনটোতে আমাৰ দেশ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোকসকলৰ জন্ম হৈছিল ৷ যিসকলৰ কাৰণে আজি আমাৰ দেশখনত উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ লগতে, প্ৰযুক্তি বিদ্যাৰ দিশতো আগবাঢ়ি গৈছে৷ লগতে এই বিশেষ দিনটোতে মৃত্যু হৈছিল দেশ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোসকলৰ ৷

আহক চাওঁ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ

১৮৩১ চনৰ আজিৰ দিনটোতে সামাজিক কাৰ্যকৰ্তা,ভাৰতৰ প্ৰথম মহিলা শিক্ষক সাবিত্ৰীবাঈ ফুলেৰ জন্ম হৈছিল ।

১৮৩৬ চনৰ আজিৰ দিনটোতে এছিয়াৰ সকলোতকৈ পুৰণি প্ৰিন্টিং প্ৰেছৰ সংস্থাপক মুন্সী নবেল কিশোৰৰ উত্তৰ প্ৰদেশৰ আলিগড়ত জন্ম হৈছিল।

১৮৮২ চনৰ আজিৰ দিনটোতে কলাকাৰ নন্দনলাল বোসৰ জন্ম হৈছিল ৷

১৮৮৪ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সেনানী খুদীৰাম ৱোসৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে উৰিস্যাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জানকী বল্লভ পাটনায়কৰ জন্ম হৈছিল।

১৯৩৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ৰাজনেতা জছৱন্ত সিঙৰ জন্ম হৈছিল ৷

১৯৪১ চনৰ আজিৰ দিনটোতে বলীউড অভিনেতা সঞ্জয় খানৰ জন্ম হৈছিল ।

আকাশৱানী গুৱাহাটীৰ কেন্দ্ৰ পৰা বিশেষভাৱে সন্মান লাভ কৰা কলাকাৰ ৱাগেশ্ৰী চক্ৰধৰৰ জন্ম হৈছিল ১৯৫৪ চনৰ আজিৰ দিনটোতে।

১৯৭৭ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী মডেল গুল পানাগৰ জন্ম হৈছিল ৷

ভাৰতীয় হকীৰ প্ৰসিদ্ধ খেলুৱৈ জয়পাল সিঙৰ জন্ম হৈছিল ১৯০৩ চনৰ আজিৰ দিনটোতে ৷

১৯১৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্ৰসিদ্ধ ছবি নিৰ্মাতা চেতন আনন্দৰ।

এতিয়া চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কেইটামান গুৰুত্ব পূৰ্ণ ঘটনাঃ

মহান বৈজ্ঞানিক গেলিলিঅ’ই ১৬২১ চনৰ আজিৰ দিনটোতে দূৰবীন আৱিস্কাৰ কৰিছিল ৷

১৮৩৩ চনৰ আজিৰ দিনটোতে বিট্ৰেইনে দক্ষিণ আফ্ৰিকাৰ ফ্ৰাঙ্কলেণ্ড দ্বীপ আগ্ৰাসন কৰে ৷

১৮৯৪ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰ নাথ ঠাকুৰে শান্তি নিকেতনত পৌষ মেলা উৎঘাটন কৰিছিল ৷

১৯০১ চনৰ আজিৰ দিনটোতে শান্তি নিকেতনত ব্ৰহ্মচৰ্য আশ্ৰম মুকলি কৰে ৷

১৯১১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ডাক বেঙ্ক মুকলি কৰে ।

১৯২০ চনৰ আজিৰ দিনটোতে আলিগড় এংলো অ’ৰিয়েন্টেল কলেজ আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয় ৷

১৯২০ চনৰ আজিৰ দিনটোতে তুৰ্কী আৰু আৰ্মেনিয়াৰ লগত শান্তি চুক্তি হয় ।

১৯৪৩ চনৰ আজিৰ দিনটোৰ পৰাই টেলিভিশ্যনত নিৰুদ্দেশ লোকসকলৰ বিষয়ে দিবলৈ আৰম্ভ হয়।

১৯৪৮ চনৰ আজিৰ দিনটোতে চীনৰ এখন শৰণাৰ্থী জাহাজৰ বিষ্ফোৰণ হয় ৷য’ত প্ৰায় ১,১০০ লোকৰ নিহত হয় ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ আলজেৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ১৪০০ লোকৰ মৃত্যু হয় ।

১৯৫৬ চনৰ আজিৰ দিনটোতে ফান্সৰ এফিল টাৱৰৰ ওপৰ ভাগত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনচিলেবনিয়াত প্ৰথমবাৰৰ কাৰণে বিজুলী ঘড়ী প্ৰদৰ্শিত হয় ।

১৯৫৯ চনৰ আজিৰ দিনটোতে আলাস্কাক আমেৰিকাৰ ৪৯ তম ৰাজ্য হিছাপে ঘোষণা কৰে ৷

১৯৬২ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ য়ুগাণ্ডাই গণতন্ত্ৰ দিৱস অনুষ্ঠিত কৰে ৷

১৯৬৭ চনৰ আজিৰ দিনটোতে হত্যা কৰে আৰ্জেন্টিনাৰ প্ৰসিদ্ধ মাক্সবাদী নেতা চে গ্বেৰাক ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম বতৰ বিজ্ঞান সম্পৰ্কীয় ৰকেট মেনকা"ৰ প্ৰক্ষেপন হয় ।

১৯৮৪ চনৰ আজিৰ দিনটোতে ভূপালত বিসাক্ত গেছৰ কাৰণে প্ৰায় তিন হাজাৰৰো অধিক লোকৰ মৃত্যু হয় । ইয়াৰ বিপৰীতে ৫০ হাজাৰৰো অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হয় ।

১৯৯১ চনৰ আজিৰ দিনটোতে ২৩ বছৰৰ পিছত চোবিয়েত সংঘত বাণিজ্য দূতভাসক দ্বিতীয়বাৰৰ কাৰণে মুকলি কৰে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ৰুছয়ে পৰমাণু অস্ত্ৰৰ সংখ্যাক আধা কৰিবৰ কাৰণে সন্মতি প্ৰদান কৰে ।

১৯৯৭ চনৰ আজিৰ দিনটোতে ইটালিৰ অভিনেতা তথা লেখক ডাৰিয়ো ফোক সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে ৷

২০০৬ চনৰ আজিৰ দিনটোতে গুগলে ইউটিউবক স্বীকাৰ কৰি লয় ।

২০০৭ চনৰ আজিৰ দিনটোতে চীনৰ মাৰগ্ৰেট চানে বিশ্ব স্বাস্থ্য সংগঠনৰ মহানিৰ্দেশক হিছাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷

পাকিস্তানৰ শান্তি নোবেল পুৰস্কাৰ বিজেতা মালালা ইউচুফজইক ২০১২ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীয়ে গুলীয়াই। কিন্তু কথমপি ৰক্ষা পৰে মালালা ৷

চাওঁ আহক আজিৰ দিনটোতে মৃত্যু হোৱা মহান লোকৰ তালিকাঃ

১৯৭২ চনৰ আজিৰ দিনটোতে লেখক তথা নাট্যকাৰ মোহন ৰাকেশৰ মৃত্যু হয় ৷

২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ৰকেট বৈজ্ঞানিক সতীশ ধৱনৰ মৃত্যু হৈছিল ৷

২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চৰকাৰী অধিকাৰী জে এন দীক্ষিতৰ মৃত্যু হৈছিল ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে বিদ্যান তথা সমীক্ষক পৰশুৰাম চতুৰ্বেদীৰ মৃত্যু হয় ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে যাদুগৰ ধ্যানচন্দ্ৰৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি