Begin typing your search above and press return to search.

দিপান্বিতা শৰ্মাক পৰবৰ্ত্তী সময়ত দেখা পোৱা যাব য়শ ৰাজ ফিল্মচত

দিপান্বিতা শৰ্মাক পৰবৰ্ত্তী সময়ত দেখা পোৱা যাব য়শ ৰাজ ফিল্মচত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2018 9:56 AM GMT

অসম জীয়ৰী তথা বলীউদ জগত খনত নিজৰ নাম প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা দিপান্বিতা শৰ্মাক দেখা পোৱা যাব য়শ ৰাজ ফিল্মচত। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ন কথা যে ছবি খনত দিপান্বিতাৰ লগতে অভিনয় কৰিব হৃত্বিক ৰোশন আৰু টাইগাৰ শ্বৰ্ফে

ইয়াৰ পূৰ্বে দিপান্বিতা শৰ্মাই য়শ ৰাজ ফিল্মচৰ 'লেডিচ ভাৰ্চেল ৰিকি ভেল' ছবি খনতো সহকাৰী অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল । এইখন ছবিৰ বাবে দিপান্বিতাই শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী হিচাপে মনোনীত হৈছিল । এইবাৰৰ ছবি খনৰ দৃশ্যগ্ৰহন হ'ব আমল্লাফি কোষ্ট আৰু লেক কমোত যাৰ বাবে দিপান্বিতাই ইতিমধ্যে নিজক সাজু কৰি তুলাৰ প্ৰস্তুতি কৰিছে ।

ইয়াৰোপৰি কিছুদিন পূৰ্বে দিপান্বিতাই অসমীয়া "শৈশৱতে ধেমালিতে" ছবি খনৰ বাবে 'লাভ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ'ত মুঠ আঠটাকৈ শ্ৰেষ্ঠা ভিন্ন দিশত বটাঁ পাবলৈ সক্ষম হৈছিল।

Next Story
চাকৰি