Begin typing your search above and press return to search.

দিপাৱলী ২০১৮: অনুষ্কা-বিৰাট,ৰনবীৰ-আলিয়া আদিয়ে পালন কৰিব প্ৰথম বাৰৰ বাবে একেলগে দিপাৱলী,ফটো

দিপাৱলী ২০১৮: অনুষ্কা-বিৰাট,ৰনবীৰ-আলিয়া আদিয়ে পালন কৰিব প্ৰথম বাৰৰ বাবে একেলগে দিপাৱলী,ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2018 11:07 AM GMT

আজি গধূলি দিপাৱলীৰ সুন্দৰ আয়োজন সমগ্ৰ দেশতে দেখা পোৱা যাব ।দিপাৱলীয়ে হওক নাইবা অন্য যিকোনো উৎসৱ,নিজৰ পৰিয়ালৰ অবিহনে আধৰুৱা । কোনোবা এনেকুৱা লোকো আছে যিয়ে প্ৰথম বাৰৰ বাবে নিজৰ প্ৰেমিক-প্ৰেমিকা,স্বামী নাইবা পত্নীৰ সৈতে পালন কৰে দিপাৱলী । ঠিক তেনেদৰে তলত উল্লেখ কৰা বলীউডৰ এই ৫ দম্পত্তীয়ে প্ৰথম বাৰৰ বাবে একেলগে পালন কৰিব দিপাৱলী । তলত ফটো প্ৰকাশ কৰা হ'ল………

অনুষ্কা শৰ্মা-বিৰাট কোহলী

নেহা ধুপীয়া-অংগদ বেদী

প্ৰিয়ংকা চোপ্ৰা-নিক জনচ

অন্য খবৰৰ বাবে ক্লিক কৰক: শ্বাহৰুখে আয়োজন কৰা দিপাৱলী অনুষ্ঠানত উপস্থিত থাকে বহু তাৰকা;ফটো

চৌনম কাপুৰ আহুজা-আনন্দ আহুজা

আলিয়া ভট্ট-ৰনবীৰ কাপুৰ

Next Story
চাকৰি