মোহময়ী বলীউদ অভিনেত্ৰী দিপীকা পাদুকনে কিছুদিন পূৰ্ৱে ছেপ্তম্বৰ মাহত প্ৰকাশ পাবলগীয়া "ইলে" ইণ্ডিয়াৰ মেগাজিন খনৰ বাবে কৰিছে নতুন ফটোশ্বট।এই সুন্দৰ ফটো সমূহ উঠাইছে চেলিব্ৰেটী ফটোগ্ৰাফাৰ তৰুন বিশ্বই।
Begin typing your search above and press return to search.