বশিষ্ট আৰক্ষী আৰু মাদক সংস্থাৰ অধিকাৰীৰ যুটীয়া অভিযানত শনিবাৰে গধূলি খানাপাৰাৰ কইনাধৰাত দুজন লোক ক্ৰমে ৰঙিয়াৰ দেৱজিত কলিতা আৰু গোৱালপাৰাৰ জিতু ৰাভাক গ্ৰেপ্তাৰ কৰে।ব্যক্তি দুজনৰ পৰা ১৪১৮বটল কফ চিৰাপ 'ক'ডিৱেল' জব্দ কৰে।
Begin typing your search above and press return to search.