Top
Begin typing your search above and press return to search.

দুলীয়াজানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ স্বচ্ছ ভাৰত অভিযান

দুলীয়াজানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ স্বচ্ছ ভাৰত অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2018 9:47 AM GMT

তৈল নগৰী দুলীয়াজানত এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী পালন কৰা হয় ।দুলীয়াজানৰ পিপলত তিনিআলিৰ পৰা এই কাৰ্যসূচি শুভ আৰম্ভ কৰা হয় । প্ৰজাপিতা ঈশ্বৰিয় বহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰা এই স্বচ্ছ ভাৰত অভিযানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ সাংসদ ৰামেশ্বৰ তেলী ,দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা , উপৰি দুলীয়াজান দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু গগৈৰ লগতে বহ্মকুমাৰী ঈশ্বৰিয় বিশ্ববিদ্যালয়ৰ দুলীয়াজান স্থিত বহু কেইজন সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

Next Story