দুলীয়াজানৰ সমীপৰ নাওহলীয়া ওচৰৰ অইল ইণ্ডিয়া লিমিটেডৰ তেল খাদ নং ১৭৫ এক্স মাছ টিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংগঠিত হয়। জানিব পৰা মতে অইল ইণ্ডিয়া লিমিটেডৰ উক্ত তেল উৎপাদন খাদটোত তেল চুৰীৰ সৈতে জড়িত এটা চক্ৰই অইল নিৰাপত্তা বাহিনীৰ লোকক বুঢ়া আঙুলি দেখুৱাই তেল চুৰি কাণ্ড সংঘটিত কৰি আহিছে ।এই তেল চুৰি কাণ্ডৰ ফলতে অইল ইণ্ডিয়াই বছৰি বহু কোটি টকা ৰাজহ হেৰুৱাব লগীয়া হৈছে ।আৰু শনিবাৰেও তেনে ঘটনাই সংঘটিত হল ।পাছত অইলৰ অগ্নিনির্বাপন বাহিনীৰ লোক ঘটনাৰ স্থলিত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ শৈক্ষম হৈ এক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে ।
Begin typing your search above and press return to search.