তিনিচুকীয়া জিলাৰ দুলীয়াজানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কাৰ্যসূচিত পাঁচ শতাধিক মহিলাৰ সমদলত অংশগ্ৰহণ কৰে। ।আজি পোৱা তৈল নগৰী দুলীয়াজানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ত্ৰিবেণী সংগঠন মণ্ডল সংগঠনৰ সৌজন্যত টিপলিং পঞ্চায়ত দুলীয়াজানৰ পৰা চাহৰ খনৰ মাজ মজিয়াত থকা অইল ইণ্ডিয়া মূখ্য ক্ষেত্ৰীয় কাৰ্যলয়লৈকে এক ৰেলী বাহিৰ কৰে ।দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ আত্মহহায়ক গোট সমূহৰ মহিলা সকলে এন আৰ এইচ এমৰ আহ্বান ক্ৰমে ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰে । ৰাষ্ট্ৰীয় পুষ্টি মাহ সঠিক পুষ্টি ,দেশৰ জ্যোতি । প্ৰতিগৰাকী ব্যক্তি চৰকাৰী বিষয়া ,কৰ্মচাৰী তথা সংস্থাসমূহ একগোট হৈ প্ৰতিগৰাকী নাৰীয়ে একোখন কৈ বেনাৰ হাতে হাতে লৈ পুষ্টিহীনতাৰ পৰা মুক্ত , সুস্থ ,সবল এখন ভাৰত গঢ়ো আহক সংগল্প গ্ৰহণ কৰে ।
Begin typing your search above and press return to search.