উত্তৰ লখিমপুৰৰ জিলা সভাপতিৰ সহযোগত প্ৰেছ ক্লাৱত এখন দুৰ্নীতি বিৰোধী সংবাদ মেলৰ আয়োজন কৰে।এই সংবাদিক সন্মিলন খনত প্ৰধানমন্ত্ৰীৰ উজ্জ্বল যোজনাৰ বিকাশৰ ওপৰতো আলোচনা কৰা হয়।