Begin typing your search above and press return to search.
দেশবাসীলৈ হোলীৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে হোলীৰ প্ৰাকক্ষণত দেশবাসীলৈ ভাতৃত্ব বোধৰ উৎসৱ হোলীৰ শুভেচ্ছা প্ৰদান কৰে ৷ ইফালে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও হোলী আৰু দৌল যাত্ৰাৰ শুভক্ষণত সকলো দেশবাসীৰ লগতে অসমবাসীলৈ হোলীৰ শুভেচ্ছা জনায়।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story