ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ বাবে অহা দুই চোৰাং চিকাৰীক দৰং জিলাৰ ৰৌমাৰি বজাৰত দৰং জিলা শ্যামপুৰ আৰক্ষীৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।
এজন শৈলেন্দ্ৰ কেম্পৰাই ঘৰ ডিমাপুৰত । আনজন খাইৰুল জামানৰ ঘৰ নগাঁও জিলাৰ ধিং ত বুলি জানিব পৰা গৈছে।। দুই চোৰাং চিকাৰীয়ে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ পৰা গড় হত্যাৰ পৰিকল্পনা কৰিছিল । চোৰাং চিকাৰী দুটাৰ পৰা উদ্ধাৰ হয় এটা ৩০৩ ৰাইফাল, এটা মেগজিন, ৫ যাই গুলি, এটা চাইলেন্সৰ আৰু এটা বেজী ।