Begin typing your search above and press return to search.

ধুপধাৰাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা

ধুপধাৰাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2018 7:35 AM GMT

কামৰূপ জিলাৰ ধুপধৰা শাখাতিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা AS O1- GC - 2323 নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত নমাই দিয়ে । দূৰ্ঘটনাটোৰ ফলত কোনো লোক নিহত হোৱা নাই যদিও বহুকেইজন লোক গুৰুত্বৰ ভাৱে আহত হয় ।

Next Story