ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলে বিজয় সাব্যস্ত কৰিছে । ৬,৬৪,৯৩৩ ভোট লাভ কৰিবলৈ সক্ষম হৈছে বদৰউদ্দিন আজমলে । কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছে ৪,৩৬,৫৩৪ ভোট । প্ৰায় ২ লাখৰ ব্যবধানত বিজয় সাব্যস্ত কৰে বদৰউদ্দিন আজমলে । অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি