Begin typing your search above and press return to search.
নগাঁওত তথ্যচিত্ৰ সমাৰোহৰ আয়োজন

চিনেমালীৰ সহযোগৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথম বাৰৰ বাবে নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটী তথ্যচিত্ৰ ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰিব।নগাঁও নগৰৰ কলং নদীৰ পাৰৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্য্যালয়ত ২০১৮ৰ বৰ্ষৰ ৮ছেপ্তেম্বৰৰ পৰা সমাৰোহ খন আৰম্ভ হ'ব।সমাৰোহ খনৰ সামৰনি পৰিব ৯ছেপ্তেম্বৰত।আয়োজন কমিটীৰ পৰা জানিব পোৱা মতে,প্ৰথম বাৰৰ বাবে জিলা খনত এই সমাৰোহ অনুষ্ঠিত কৰা হ'ব আৰু দেশী-বিদেশী বহু কেইখন তথ্যচিত্ৰ অনুষ্ঠানৰ দুয়ো দিনাখনে প্ৰদৰ্শনী কৰোৱা হ'ব।
Next Story