নগাঁও জিলাত তিনিটাকৈ কাঠৰে কটা মিল জব্দ

নগাঁও জিলাত তিনিটাকৈ কাঠৰে কটা মিল জব্দ
Published on

যোৱা বৃহস্পতিবাৰে নগাঁও জিলাৰ ৰূপহী হাটত থকা তিনিটাকৈ কাঠ কটা মিল নগাঁও বন বিভাগৰ নেতৃত্বত নেপাল মণ্ডলে বন্ধ কৰে। জানিব পোৱা তথ্যানুসৰি,বন বিভাগৰ বিষয়াই কোনো গোপন তথ্যৰ পৰা এই অবৈধ মিল তিনিটাৰ কথা বৃহস্পতিবাৰে পুৱা ভাগত উমান পাইছিল। ৰূপহীঘাটৰ মিল কেইটাৰ স্বত্তাধিকাৰী খাইৰুল হুছেইন,কৰিম আলী আৰু হাবে আলীৰ অবৈধ মিলৰ বিৰুদ্ধে এক বিশেষ দল তৈয়াৰ কৰি বন্ধ কৰি দিয়ে। যোৱা কেইবা মাহতো প্ৰায় ৫০টা অবৈধ কাঠৰ মিল জব্দ কৰে লগতে ৩০খন কাঠৰ ট্ৰাক জব্দ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com