Begin typing your search above and press return to search.

নগাঁৱত অসম গণ পৰিষদৰ ৰাজহুৱা সভা

নগাঁৱত অসম গণ পৰিষদৰ ৰাজহুৱা সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2018 1:31 PM GMT

শনিবাৰে বিয়লি নগাঁৱৰ শিয়ালমাৰিত পঞ্চায়ত নিৰ্বাচনৰ ওপৰত অসম গণ পৰিষদে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰে। যত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা লগতে একাংশ অগপ নেতা কৰ্মী।

উল্লেখযোগ্য যে এই ৰাজহুৱা সভাত ভালে সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অগপ দলত যোগদান কৰে । বিজেপি দলৰ এগৰাকী সক্ৰিয় কৰ্মী নীল বৰাই আজিৰ এই সভাত অগপ যোগ দিয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই সকলো পঞ্চায়ততে নিজৰ প্ৰাৰ্থী থিয় কৰাব। বিজেপিৰ লগত অগপই কোনো ধৰণৰ বুজা বুজি নকৰে বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই।

Next Story
চাকৰি