নলবাৰীত ৭.৬৫ এমএম পিষ্টল সহ এজনক আটক

নলবাৰীত ৭.৬৫ এমএম পিষ্টল সহ এজনক আটক
Published on

নলবাৰীৰ বেলশৰ আৰক্ষীয়ে ৭.৬৫ mm পিষ্টল আৰু ২ জাই গুলীসহ এজন আটক কৰিছে ।

আটক কৰা লোকজন নলবাৰী জিলাৰ ৰৈমাৰী অঞ্চলৰ দেৱজিৎ দাস বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

যোৱা নিশা দেৱজিৎ দাসে নিজৰ বাসগৃহতে লুকাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে আটক কৰে।

বৰ্তমানলৈকে লোকজন কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছে নে চোৰাং বেহাৰ লগত জড়িত সেই সম্বন্ধে জানিব পৰা হোৱা নাই ।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com