নাগালেণ্ডৰ ৰাজ্যপালৰ জগন্নাথ মন্দিৰৰ আধাৰশিলা স্থাপন

নাগালেণ্ডৰ ৰাজ্যপালৰ জগন্নাথ মন্দিৰৰ আধাৰশিলা স্থাপন
Published on: 

অসম-নাগালেণ্ডৰ সীমান্তবৰ্তী পূৱ কাৰ্বি আংলংৰ নিৰাপ টিমুং গাওঁত নাগালেণ্ডৰ ৰাজ্যপাল পদ্মানাভা বালাকৃষ্ণাই জগন্নাথ মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যপালজনে নাৰিকল ভঙা কাৰ্য্যসুচীৰ অংশ লয়।ৰাজ্যপাল গৰাকীক সংগ দিয়ে তেওঁৰ পত্নী কবিতা আচাৰ্য্যই।জগন্নাথ সেৱা সমিতিয়ে সাত বিঘা মাটিত নিৰ্মাণ কৰিবলগীয়া মন্দিৰৰ লগতে এখন শিক্ষানুস্থান আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও নিৰ্মাণ কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com