নাগাৰ্জুনৰ "দেৱদাস"ৰ শ্বুট্যিংৰ সামৰনি

নাগাৰ্জুনৰ "দেৱদাস"ৰ শ্বুট্যিংৰ সামৰনি
Published on

তেলেগু চুপাৰষ্টাৰ নাগাৰ্জুন বাস্তৱতে এজন ব্যস্ত ব্যক্তি। দেৱদাসৰ চিত্ৰগ্ৰহণ চলি থকা অৱস্থাত অভিনেতাজনে দেৱদাস চিত্ৰগ্ৰহণৰ সকলো কলা কুশলীৰ সৈতে নিজৰ হাঁহি থকা চেল্ফি এখন উঠে। চলচিত্ৰ খনৰ তাৰকা নানী আৰু ৰশ্মিকা সান্দান্দও আছে। চলচিত্ৰ খনত নাগাৰ্জুনে দেৱ নামৰ গেংষ্টাৰ এজনৰ চৰিত্ৰ ৰূপায়ন কৰিছে যত নানীয়ে এগৰাকী ডাক্তৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে। মহিলাৰ এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে আকাংশা সিংহ ।অভিনেতা মুৰুলি শৰ্মাই তাৰকা নাগাৰ্জুনৰ লগত চিনেমাখনত একেলগে কাম কৰিবলৈ সুবিধা লাভ কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি কৈছে।

টুইটাৰ জৰিয়তে প্ৰকাশিত

চলচিত্ৰ খনে অহা ২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ পাব। নানী আৰু ৰশ্মিকাই প্ৰযোজনা কৰা এইখন এখন প্ৰথম চলচিত্ৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com