Begin typing your search above and press return to search.
নাগৰিকত্ব সংশোধনি বিধেয়কক সমৰ্থন কৰাক লৈ বিজেপিক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিজেপিক সমালোচনা । এইবাৰ নিৰ্বাচনত বিজেপি জয় নহয় বুলি সমালোচনা কৰে । শনিবাৰে সংবাদমেল সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে।
নাগৰিকত্ব সংশোধনি বিধেয়ক খন সমৰ্থন কৰাত মোদীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দুৰ্নীতিৰ সন্দৰ্ভত তৰ্কৰ বাবে আহ্বান জনাইছে ।
তৰ্কতে বিজেপি চৰকাৰ খন যে দুৰ্নীতিগ্ৰস্থ সেয়া প্ৰমাণ কৰি দিব বুলি প্ৰকাশ কৰে। বিজেপি চৰকাৰে ক্ষমতাৰ কাৰনে জনসাধাৰণক প্ৰতাৰণা কৰিছে বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story