নাগৰিক বিধেয়ক বিৰুধীতাৰ বাবে নিতিশ কুমাৰক ধন্যবাদ সদৌ অসম ছাত্ৰ সন্থাৰ (আছু)

নাগৰিক বিধেয়ক বিৰুধীতাৰ বাবে নিতিশ কুমাৰক ধন্যবাদ সদৌ অসম ছাত্ৰ সন্থাৰ (আছু)
Published on: 

সদৌ অসম ছাত্ৰ সন্থাই বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰক বিতৰ্কিত নাগৰিক সংশোধনি বিধেয়ক ২০১৬ৰ বিৰুধিতাৰ ক্ষেত্ৰত আছুৰ পক্ষত থিয় দিয়া বাবে পত্ৰ যোগে ধন্যবাদ জ্ঞাপন কৰে।আছুৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈ আৰু সভাপতি দিপাংক কুমাৰ নাথে চহী কৰা পত্ৰখনত নিতিশ কুমাৰৰ লগতে জনতা দলক ধন্যবাদ জ্ঞাপন কৰে।জনতা দলৰ কেন্দ্ৰীয় সমিতিৰ দিল্লীৰ কাৰ্য্যালয়ত মুখ্য সম্পাদক কে চি ত্যাগীয়ে কয় যে এই বিধেয়ক খনে দেশৰ ধৰ্মনিৰপেক্ষৰ ক্ষেত্ৰত সকিয়নিৰ সৃষ্টি কৰিছে,সেইবাবে আমাৰ দলে ইয়াৰ বিৰুধিতা কৰিছে আৰু লগতে কয় যে বিধেয়কখনে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ লগতে বিশেষকৈ অসমৰ একতা আৰু সংহতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com