গোলাঘাট আৰু কাৰ্বি-আংলং সংযোগী পথৰ ৰঙাজান আৰু লাৱনঘাটত যোৱা দেওবাৰে অ'কিয়া সেনা অসম আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই কাৰ্বি-আংলংত ঘটি যোৱা ঘটনাৰ সন্দৰ্ভত লগতে অপৰাধীক উচিত শাস্তিৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে।
Begin typing your search above and press return to search.