দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ নিষিদ্ধ মাছ ধৰি বিক্ৰী কৰিবলৈ চেষ্ঠা এটা জিয়াবুৰ ৰহমান নামৰ মাছমৰিয়াক আৰক্ষীয়ে আটক কৰিছে। জিয়াবুৰ পৰা উদ্ধাৰ কৰা ছানাবুৰকা মাছটোৰ ওজন প্ৰায় এক কিলোগ্ৰাম হব।জিয়াবুৰৰ ঘৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বগৰীবাৰী গাঁৱত। চোৰংকৈ ওৰাংৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ কৰিছিল মাছমৰিয়াটোৱে মাছটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰতি কিলো গ্ৰামত ১৫-২০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।
Begin typing your search above and press return to search.