নেহা ধুপীয়াৰ "মেটাৰনিটী ফটোশ্ব'ট"

নেহা ধুপীয়াৰ "মেটাৰনিটী ফটোশ্ব'ট"
Published on

বলীউদৰ অন্যতম দম্পত্তী নেহা ধুপীয়া আৰু অংগদ বেদীয়ে আনুষ্ঠানিক ভাৱে সকলোৰে আগত ঘোষনা কৰিলে তেওঁলোকৰ প্ৰথমটি আহিবলগীয়া সন্তানটিৰ বিষয়ে।আহিবলগীয়া প্ৰথমটি সন্তানৰ এই সুখৰ মূহৰ্ত খিনি কেমেৰাৰ জৰিয়তে আৱদ্ধ কৰি ৰাখিবলৈ সুন্দৰ ভাৱে কৰিলে "মেটাৰনিটী ফটোশ্ব'ট"।মালদ্বীপত সুন্দৰ কলা-ৰঙা ৰঙৰ ফ্লৰেল কাপোৰ পৰিধান কৰি নিহাই কৰিলে ফটোশ্ব'ট।নিহাই ইনাষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰা সুন্দৰ কিছু ফটো তলত দিয়া হ'ল…

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com