লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নিৰ্বাচনী আয়োগৰ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নিৰ্বাচনী আয়োগৰ
Published on

লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগৰ সংবাদমেল। ভোট কেন্দ্ৰলৈ আহি সকলোকে ভোট দান কৰিবলৈ আহ্বান নিৰ্বাচনী আয়োগৰ। ভোটাৰৰ সুবিধাৰ্থে লোৱা হৈছে কেতবোৰ উল্লেখনীয় পদক্ষেপ। Systematic Voter Education & Electoral Participation (SVEEP) কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যদিহে নিজৰ নাম ভোটাৰ তালিকাত নাই বা নামৰ বিসংগতি আছে তাৰ বাবে সাৰথি এপ'ৰ জৰিয়তে অভিযোগ কৰিৱ পাৰিব।

প্ৰত্যেক গাঁও পঞ্চায়তত থাকিৱ মহিলা সহায় ডেস্ক। উল্লেখযোগ্য যে অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা লোকসকলক মুখ্য আৰ্হি হিচাপে এই নিৰ্বাচনত। ১১ মাৰ্চত Run for Vote নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিৱ অসম কণ্যা হিমা দাসে বুলি উল্লেখ কৰিছে ।সাৰথিৰ লগতে ভোটাৰৰ বাবে 'আইদেউ হাতপুথি', 'চন্দ্ৰপ্ৰভা' নামৰ সামাজিক এপ কায্যৰ্কৰী কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com