Top
Begin typing your search above and press return to search.

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত আয়োজন নিৰ্বাচনী সভা

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত আয়োজন নিৰ্বাচনী সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 9:56 AM GMT

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ডটমা খেলপথাৰত বিজেপি,এজিপি আৰু বিপীএফৰ লগতে ১০ টা অন্য সংগঠনৰ কাৰ্যকৰ্তাৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ ইফালে আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বহু বিষয়ৰ ওপৰত চৰ্চা কৰে ৷

ইফালে, বিভিন্ন সংগঠনৰ লোকসকলে সম্পূৰ্ণ সমৰ্থন বিপিএফ দল আৰু কোকৰাঝাৰ আসনৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক প্ৰদান কৰে৷ অন্যহাতে,এনে ধৰণৰ এখন সভা গোহাঁই গাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্ব অনুষ্ঠিত হয়।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story