Begin typing your search above and press return to search.
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত আয়োজন নিৰ্বাচনী সভা

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ডটমা খেলপথাৰত বিজেপি,এজিপি আৰু বিপীএফৰ লগতে ১০ টা অন্য সংগঠনৰ কাৰ্যকৰ্তাৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ ইফালে আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বহু বিষয়ৰ ওপৰত চৰ্চা কৰে ৷
ইফালে, বিভিন্ন সংগঠনৰ লোকসকলে সম্পূৰ্ণ সমৰ্থন বিপিএফ দল আৰু কোকৰাঝাৰ আসনৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক প্ৰদান কৰে৷ অন্যহাতে,এনে ধৰণৰ এখন সভা গোহাঁই গাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্ব অনুষ্ঠিত হয়।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story