Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বলীউদ তাৰকা সকলৰ শুভেচ্ছা জ্ঞাপন

নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বলীউদ তাৰকা সকলৰ শুভেচ্ছা জ্ঞাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2018 10:48 AM GMT

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৬৮সংখ্যক ওপজা দিন।এই শুভ দিনটোত তেওঁ বৰনাসীৰ সংসদৰ সৈতে গুৰিত্বপূৰ্ন সময় কটায়।প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিভিন্নজনে জন্মদিনৰ শুভকামনা জনোৱাৰ উপৰিও বলীউদৰ ভিন্ন তাৰকা সকল যেনে,অমিতাভ বচ্চন,কংগনা ৰানাউট,অক্ষয় কুমাৰ,অনুপম খেৰ আদি সকলে শুভেচ্ছা জ্ঞাপন কৰে।

জানিব পৰা মতে,বাৰানসীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলৰ সৈতে নিজৰ জন্মদিন পালন কৰে মোদীয়ে।এই দেশৰ মহান আগশাৰী প্ৰধানমন্ত্ৰী গৰাকীলে থাকিল জন্মদিনৰ অশেষ শুভকামনা

Next Story