নৰ্থ ইষ্টাৰ্ণ হেন্ডক্ৰাফট আৰু হেণ্ডলুমছ ডেভেলপমেন্ট কৰ্প’ৰেশ্যন লিমিটেডত হিচাপ পৰীক্ষকৰ পদ খালী
পদৰ নামঃ হিচাপ পৰীক্ষক ৷
অৰ্হতাঃ বি.কম
খালী হৈ থকা পদৰ সংখ্যাঃ ০২
দৰমহাঃ প্ৰতি মাহে ৫,৬০০ টকাৰ পৰা ৮,৬০০ টকা ৷
অভিজ্ঞতাঃ ২-৪ বছৰ ৷
নিযুক্তিৰ ঠাইঃ গুৱাহাটী
আবেদনৰ শেষ তাৰিখঃ ১৭/০৫/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক