নৱবৰ্ষলৈ মাজত মাথো তিনিদিন: তাৰ প্ৰাকমুহুৰ্তত চাওঁ আহক ২৯ ডিচেম্বৰৰ ইতিহাস

আজি ২৯ ডিচেম্বৰ ৷প্ৰত্যেক দিনটোৰ দৰেই ২৯ ডিচেম্বৰৰ আছে এক বিশেষ তাৎপৰ্য৷ এই বিশেষ দিনটোতে আমাৰ দেশ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোকসকলৰ জন্ম হৈছিল ৷ যিসকলৰ কাৰণে আজি আমাৰ দেশখনত উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ লগতে, প্ৰযুক্তি বিদ্যাৰ দিশতো আগবাঢ়ি গৈছে৷ লগতে এই বিশেষ দিনটোতে মৃত্যু হৈছিল দেশ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোসকলৰ ৷
আহক চাওঁ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ
প্ৰসিদ্ধ সাহিত্যকাৰ গিৰিধৰ শৰ্মা চতুৰ্বেদীৰ জন্ম হৈছিল ১৮৮১ চনৰ আজিৰ দিনটোতে৷
১৮৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধ্যক্ষ ডব্লিউ চি বেনাৰ্জীৰ জন্ম হৈছিল।
কন্নড় ভাষাৰ কবি আৰু লেখক কৃপ্পালী ৱেংকটপ্পা পুটপ্পাৰ জন্ম হৈছিল ১৯০৪ চনৰ আজিৰ দিনটোতে ।
প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক তথা খ্যাতিপ্ৰাপ্ত ধাৰাবাহিক "ৰামায়ন"ৰ নিৰ্মাতা ৰামানন্দ সাগৰৰ জন্ম হৈছিল ১৯১৭ চনৰ আজিৰ দিনটোতে ৷
১৯২৭ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় বিচাৰধাৰাৰ সমৰ্থক,প্ৰসিদ্ধ চিকিৎসক হকীম আজমল খাঁৰ জন্ম হৈছিল ৷
১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লেখক বিলিয়ম গোডেছৰ জন্ম হৈছিল ।
হিন্দী চলচিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা ৰাজেশ খান্নাৰ জন্ম হৈছিল ১৯৪২ চনৰ আজিৰ দিনটোতে ৷
১৯৪৪ চনৰ আজিৰ দিনটোতে নেপালৰ ৰজা তথা দক্ষিন এছিয়াৰ নেতা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহৰ জন্ম হৈছিল ৷
প্ৰসিদ্ধ সাহিত্যকাৰ,মিডিয়া সমীক্ষক,বিশ্লেষক সুধীশ পছোৰীৰ জন্ম হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে ।
১৫৩০ চনৰ আজিৰ দিনটোতে মোগল শাসক বাবৰৰ পুত্ৰ হুমায়ুনক ৰাজপাতত অধিস্থিত কৰাইছিল ৷
১৭৭৮ চনৰ আজিৰ দিনটোতে বিট্টেইনৰ সেনাই আমেৰিকাৰ এখন ৰাজ্য জাৰ্জিয়া নিজৰ অধীন কৰে ৷
১৮৪৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধ্যক্ষ ব্যমোশ চন্দ্ৰ বেনাৰ্জীৰ জন্ম হৈছিল ৷
১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়ই ৰজা বংশৰ শাসনৰ পৰা নিজকে আজাদ কৰে ৷
১৯৭৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত মহিলা আৰু পুৰুষৰ সমান অধীকাৰৰ কাৰণে আইন প্ৰণয়ন কৰে ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাই প্ৰায় ৪৩,০০০ হাজাৰ ভাৰতীয়ক নাগৰিকত্ব প্ৰদান কৰে ৷
২০০৮ চনত প্ৰসিদ্ধ চিত্ৰকৰ মঞ্জিত বাবাৰ মৃত্যু হয়।
পাকিস্তানৰ পেশাৱৰৰ সমীপত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২১ জন জোৱানৰ মৃত্যু হয় ২০১২ চনৰ আজিৰ দিনটোতে ৷
১৮৪৫ চনৰ আজিৰ দিনটোতে টেক্সাছ আমেৰিকাৰ ২৮ তম ৰাজ্য হয় ৷
১৯৪৯ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ হংগৰীত উদ্যোগসমূহক ৰাষ্ট্ৰীয়কৰণ কৰে।
কলকাতাত মেট্ৰ’ ৰেল সেৱা আৰম্ভ হয় ১৯৭২ চনৰ আজিৰ দিনটোতে৷
লিস্বনত ১৯৫৯ চনৰ আজিৰ দিনটোতে মেট্ৰ’ সেৱা আৰম্ভ হয় ৷
ভাৰতীয় ক্ৰিকেটৰ সুনীল গাভাস্কাৰে ১৯৮৩ চনৰ আজিৰ দিনটোতে টেষ্ট ক্ৰিকেটত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে প্ৰায় ২৩৬ ৰাণ লয় ৷
১৯৮৮ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত ভিক্টোৰিয়া পোষ্ট অ’ফিচ সংগ্ৰালয় বন্ধ হয় ৷
২০০২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ পৰ্যটকসকলক ভাৰতত ফুৰিবলৈ অনুমতি দিয়ে ৷
২০০৪ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াত হোৱা ছুনামীৰ ফলত মৃত্যু হোৱা লোকক সংখ্যা ৬০,০০০ লৈ বৃদ্ধি পায় ৷
১৯৬৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শিক্ষাবিদ,সংগীতজ্ঞ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক অংকুৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল ৷
১৯৮০ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কোচিগিনৰ দেহাৱসান ঘটে ৷
১৯৯৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম পৰমাণু ব’মৰ নিৰ্মাতা আমেৰিকাৰ বৈজ্ঞানিক ৰেগৰ চক্ৰেবৰৰ মৃত্যু হয় ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি