নৱাজুদ্দিন ছিদ্দিকি আৰম্ভ কৰিলে নতুন ছবিৰ কাম

নৱাজুদ্দিন ছিদ্দিকি আৰম্ভ কৰিলে নতুন ছবিৰ কাম
Published on

যুৱ চলচিত্ৰ নিৰ্মাতা কাৰ্থিক চুব্বৰাজে বৰ্তমান চুপাৰষ্টাৰ ৰজনীকান্থ ছবি খনৰ কামৰ সৈতে ব্যস্ত হৈ আছে।নৱাজুদ্দিন ছিদ্দিকিয়ে আজিৰ পৰা আৰম্ভ কৰিছে ছবি খনৰ শ্বুট্যিংৰ কাম আৰু ছবি খন শ্বুট্যিংস্থলীৰ পৰা এই কথা টুইটাৰ যোগেদি সদৰী কৰে। ফটো খনত দেখা পোৱা অনুসৰি নৱাজে তেওঁৰ স্ক্ৰিপটৰ লাইন ৰিহাৰ্চ কৰি থকা দেখা গৈছে।

প্ৰথম বাৰৰ বাবে ছবি খনে তামিল দৰ্শকৰ বাবে কাম কৰিব।নিৰ্দেশক কাৰ্থিক সুবৰাজ,তৃষ্ণা কৃষ্ণনে কাম কৰিছে ৰজনীকান্থ আৰু প্ৰথম বাৰৰ বাবে ৰবিচান্দেৰে কম্পউচিং কৰিছে লগতে মিউজিকৰ কাম কৰিছে অনিৰুদ্ধ ৰবিচান্দেৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com