Begin typing your search above and press return to search.

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ নিযুক্ত অনিয়মীয়াৰ ক্ষেত্ৰত সংবাদমেল

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ নিযুক্ত অনিয়মীয়াৰ ক্ষেত্ৰত সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2019 11:32 AM GMT

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত আজি দলে মতামত প্ৰকাশ কৰে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসমৰ ১৪ খন জিলাত পৰীক্ষা অনুষ্ঠিত হৈছিল। পৰীক্ষাত দুই এটা অনিয়ম সংঘটিত হৈছিল বুলি স্বীকাৰ কৰে । বিশেষকৈ ৰঙিয়াত সংঘটিত হৈছিল অনিয়ম বুলি সংবাদমেলত উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক পেনেলিষ্ট সুভাষ দত্তয়ে ।

২৫০০০০ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ১৭৬০০০ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৯০০ জন পৰীক্ষাৰ্থী। ইতিমধ্যে ৪ জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে তিনিজন পৰীক্ষাৰ্থী আৰু এজন প্ৰশিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে ।

সংবাদমেলত প্ৰকাশ কৰা তথ্য মতে ১৮ টা কেন্দ্ৰত অনিয়ম হৈছিল আৰু ২০ টা মোবাইল ফোন জব্দ কৰা হৈছিল। নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে আগুৱাই নিয়া হৈছিল বুলি প্ৰকাশ কৰা হৈছে ।

উচ্চ ন্যায়ালয়ে দিয়া আদেশৰ ভিত্তিত ঘোষণা কৰিছিল ফলাফল। কিছুমান পক্ষই ভাৰতীয় জনতা পাৰ্টীৰ নেতাক টানি অনা পৰিলক্ষিত হৈছে বুলিও সংবাদমেলত উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক পেনেলিষ্ট সুভাষ দত্তয়ে ।

পৰীক্ষাৰ প্ৰক্ৰিয়া ১৮ টা কেন্দ্ৰত অনিয়মীয়া সংঘটিত হৈছে । ১৮ টা কেন্দ্ৰত বাদ কৰি সকলোতে অতি স্বচ্ছতাৰে অনুষ্ঠিত হৈছিল।১৮ তা কেন্দ্ৰৰ ৪৫ গৰাকী প্ৰাৰ্থীৰ result withheld কৰা হৈছে। বাকীসকলে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সকলে দক্ষ আৰু যোগ্যতা ৰ ভিত্তিত পাইছে বুলিও প্ৰকাশ কৰে ।

ভাৰতীয় জনতা প্ৰাৰ্থীয়ে স্বচ্ছতাক বিশ্বাস কৰে। কিছু ৰাজনৈতিক ব্যক্তিয়ে বিজেপিক সমালোচনা কৰাৰ নামত গোটেই প্ৰক্ৰিয়াৰে সমালোচনা কৰিছে।

প্ৰফুল্ল মহন্তই দহ বছৰ শাসন কৰিছিল।ৰাজনৈতিক উদ্দেশ্য প্ৰাণোদিত। তেওঁলোকৰ তথ্য থাকিলে দাঙি ধৰক। এইবোৰ তেওঁৰ ষড়যন্ত্ৰ। তেওঁৰ দিনত যিখিনি ন্যায়ালয়ৰ ৰায়ৰ অপবাখ্যা কৰিছে অখিল গগৈয়ে।

ভণিতা বৰ্মণ যোগ্য, গতিকে চাকৰি পাইছে। নলবাৰীৰ চিন্ময় গোস্বামী ইঞ্জিনীয়াৰ পাছ। দক্ষতাৰ ভিত্তিত পাইছে।

Next Story
চাকৰি