Begin typing your search above and press return to search.
‘পদ্মাৱত’ ছবিৰ অভিনেতা ছাহিদ কাপুৰৰ প্ৰতিমূৰ্ত্তি স্থাপিত হ’ব মেডাম তুচেদত

দিপীকা পাদুকনৰ পিছত বলীউদৰ অন্যতম চুপাৰ ষ্টাৰ ছাহিদ কাপুৰৰ প্ৰতিমূৰ্ত্তি স্থাপিত হ'ব মেডাম তুচেদৰ ৱেক্স ষ্টেটচু।দিপীকা পাদুকনৰ প্ৰতিমূৰ্ত্তি মেডাম তুচেদত স্থাপিত হ'ব বুলি অলপতে ফেচবুকৰ জৰিয়তে ঘোষণা কৰিছিল।দিপীকাৰ "পদ্মাৱত"ৰ সহযোগী অভিনেতা ছাহিদ কাপুৰৰ প্ৰতিমূৰ্ত্তি স্থাপন হ'ব বুলি জানিব পৰা যায়।কিন্তু এই প্ৰতিমূৰ্ত্তি মেডাম তুচেদৰ দিল্লী নাইবা লণ্ডনৰ কোনটো সংগ্ৰাহলয়ত ৰখা হ'ব সেই বিষয়ে কোনো সঠিক তথ্য জানিব পৰা হোৱা নাই।এই কথা ছাহিদে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে।ইয়াৰ উপৰিও শ্ৰী নাৰায়ণ সিঙৰ নিৰ্দেশক ছাহিদৰ পৰবৰ্ত্তী হাস্যাত্মক ছবি 'বট্টি গুল মিটাৰ চালু' মুক্তি পাব অহা ২১ছেপ্তেম্বৰ।
Next Story