Begin typing your search above and press return to search.

পলকতে চাওঁ আহক লোকসভা নিৰ্বাচনৰ শেহতীয়া তথ্য

পলকতে চাওঁ আহক লোকসভা নিৰ্বাচনৰ শেহতীয়া তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2019 9:55 AM GMT

কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ আগবাঢ়ি আছে ৪৪৩০৪৬ টা ভোটত ৷ ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ মণি মাধৱ মহন্তই দিনৰ ৩ বজালৈকে আগবাঢ়ি আছে ৩৬৪৯১৫ টা ভোট ৷ ইফালে নগাঁৱ লোকসভা সমষ্টিৰ ৰূপক শৰ্মা আগবাঢ়ি আছে ৩৬৯৮৮৩ টা ভোটত৷ আৰু কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ৩৪০৮২৭ টা ভোট ৷

অন্যহাতে গুৱাহাটী লোকসভা সমষ্টিত সম্প্ৰতি নিৰ্বাচনৰ অগ্ৰগতিয়ে জনসাধাৰণৰ মনত বিশেষ উৎসুকতাকতাৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওঝা আগবাঢ়িছে ৩,৪২৩৩৬ টা ভোটত আৰু কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰিছে ৩,৩৩,৬১৭ টা ভোট।যোৰহাটৰ তপন কুমাৰ গগৈয় আগবাঢ়ি আছে ৪৩১৫০৪ টা ভোটত আৰু কংগ্ৰেছৰ সুশান্ত বৰগোহাঞি আগবাঢ়ি আছে ৩৬৩২৬৯টা ভোটত ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story