পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ নেতৃত্বধীন তৃণমুল কংগ্ৰেছ চৰকাৰে ৰাজ্য খনৰ নাম পশ্চিম বংগ সলনি কৰি বাংলালৈ পৰিবৰ্তন কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে।ৰাজ্য খনৰ বিধান সভাৰ মজিয়াত এই প্ৰস্তাৱ উত্থাপন কৰে তৃণমুল কংগ্ৰেছৰ চৰকাৰ খনে।বিশেষ তথ্যৰ পৰা জানিব পৰা মতে,মমতা বেনাৰ্জী নেতৃত্বধীন তৃণমুল কংগ্ৰেছৰ চৰকাৰ খনে কেন্দ্ৰীয় বিজেপি চৰকাৰ খনলৈ চূড়ান্ত অনুমোদনৰ বাবে এই প্ৰস্তাৱ প্ৰেৰণ কৰিব।নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱক লৈ কি পদক্ষেো গ্ৰহন কৰে সেয়াহে লক্ষণীয় হ'ব।
Begin typing your search above and press return to search.