পিছুৱালে অসম লোকসেৱা আয়োগৰ পৰীক্ষা

পিছুৱালে অসম লোকসেৱা আয়োগৰ পৰীক্ষা
Published on

অসম লোকসেৱা আয়োগৰ ২৪ নৱেম্বৰত অনুষ্ঠিত হব লগা চি চি ই (প্ৰিলিমছ) পৰীক্ষা পিছুওৱা হৈছে। অসম লোকসেৱা আয়োগৰ বিভাগীয়

ৱেবচাইটত এক বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰা হয়। আয়োগে নিৰ্ধাৰিত দিনতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কিছু

বিভাগীয় অসুবিধাৰ বাবে পৰীক্ষা পিছুৱাব লগা হয় বুলি দোহাৰে।নতুন পৰীক্ষাৰ তাৰিখ এতিয়ালৈ ঘোষনা কৰা হোৱা নাই।

পৰবৰ্তী সময়ত পৰীক্ষাৰ নতুন তাৰিখ ঘোষণাৰ পাছত পৰীক্ষাত অৱতীৰ্ণ হব বিছৰা ছাত্ৰ-ছাত্ৰী সকলে প্ৰৱেশ পত্ৰ লাঙ কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com